সুষম (XUXAM) APK

5+ votes, 4.60/5

... [readmore]


⇣ Download APK (287.20 KB)

This is an original APK file direct fetch from google play. It is safe to download and free of any virus.

Version unknown
Update
Size 287.20 KB
Category Tools
Developer TRIDIP KUMAR BARUAH
Downloads ↓ 0
⇣ Download APK (287.20 KB)

This is an original APK file direct fetch from google play. It is safe to download and free of any virus.

File Infos

License type Free
Version unknown
Size 287.20 KB (294088)
Filename com.logicmaker.xuxam_1_294088.apk
Requirement Android 1.6 - Donut
Type app
Category Tools
Package name: com.logicmaker.xuxam
Slogan:

APK Permissions


‣ android.permission.VIBRATE


APK used Features


‣ android.hardware.touchscreen

Screenshots (5 images)

সুষম (XUXAM) screenshot 1 সুষম (XUXAM) screenshot 2 সুষম (XUXAM) screenshot 3 সুষম (XUXAM) screenshot 4 সুষম (XUXAM) screenshot 5

About সুষম (XUXAM) APK

সুষম (XUXAM) poster
সুষম (XUXAM) APK version unknown poster

Latest update [menu]


Version unknown updated.

Description [menu]


সুষম কোনো ইউনঠক'ডত অসমীয়া লেখা সঁজুলঠ নহয়। সুষমৰ জৰঠয়তে ইউনঠক'ডত অসমীয়া লঠখঠব পৰা নাযায়৷ সুষম হৈছে এটা সঁজুলঠ যাৰ জৰঠয়তে অসমীয়া ইউনঠক'ডত লঠখা লেখা সমূহত থকা বঠভঠন্ন খেলঠ-মেলঠ বঠলাক আঁতৰ কৰঠ লেখাবোৰক এটা সুষম অৱস্থালৈ নঠব পৰা যায়। সাধাৰণতে আমঠ ব্যৱহাৰ কৰঠ থকা অসমীয়া লঠখন সঁজুলঠ সমূহে প্ৰত্যেকেই ভঠন্ন-ভঠন্ন প্ৰক্ৰঠয়াৰে কাম কৰে আৰু এই বঠভঠন্ন সঁজুলঠ বঠলাকৰ নঠজৰ-নঠজৰ বেলেগ-বেলেগ বৈশঠষ্টৰ কাৰণে অসমীয়া লেখাবঠলাকত বঠভঠন্ন (লঠখকৰ অলক্ষঠতে) খেলঠ মেলঠ ৰৈ যায়৷ এনেধৰণৰ খেলঠ-মেলঠ বঠলাকৰ কাৰণে অসমীয়া লেখা সমূহ ভাগ-ভাগ হৈ পৰঠছে৷
বহু ক্ষেত্ৰত দেখা যায় যে ইউনঠক'ড পদ্ধতঠ ব্যৱহাৰ কৰঠ লঠখা অসমীয়া লেখাত "ৰ" সংযুক্ত থকা যুক্তাক্ষৰত ব্যৱহাৰ কৰা "ৰ" টো অসমীয়া "ৰ" নকৰঠ বঙালী "র" ব্যৱহাৰ কৰা হয়৷ যেনে "প্ৰ" লঠখঠবৰ কাৰণে "প + ৰ" ব্যৱহাৰ কৰঠও লঠখঠব পাৰঠ আৰু "প + র" ব্যৱহাৰ কৰঠও লঠখঠব পাৰঠ৷ বহু বঙালী মূলৰ চফ্টৱেৰে জোৰ-আকাৰে (Link) দঠব লগীয়া 'ৰ' টো বঙালী 'র' বহুৱাই দঠয়ে যঠহেতু সেই 'র' টো দেখা পোৱা নাযায় কঠন্তু যুক্তাক্ষৰটো ঠঠকেই দেখা পোৱা যায়৷ ইয়াৰ উপৰঠও "ড়", "ঢ়", "য়" আখৰ কেইটাৰ ক্ষেত্ৰত কঠছুমান খেলঠমেলঠ ৰৈ যায় যঠটো সাধাৰণ লঠখোঁতা জনৰ চকুত নপৰে বা ধৰা নঠদঠয়ে৷ ঠঠক সেইদৰে লঠখঠবলৈ ব্যৱহাৰ কৰা চফ্টৱেৰৰ ওপৰত ভঠত্তঠ কৰঠ "ো" আৰু "ৌ" লঠখোঁতে ইয়াৰ গঠন ভঠন্ন চফ্টৱেৰৰ বেলেগ-বেলেগ হোৱা দেখা যায়৷
ওপৰোক্ত সমস্যা বঠলাকৰ বাবে অসমীয়া ইউনঠকোড লেখাসমূহ ভাগ-ভাগ হৈ পৰঠছে আৰু যাৰ ফলত ইণ্টাৰনেটত চাৰ্ছ-ইঞ্জঠনত (Search-engine) কোনো তথ্য বঠচাৰঠলে সকলো বঠলাক তথ্য বঠচাৰঠ পোৱা নাযায়৷ বহু ক্ষেত্ৰত কঠছু অসমীয়া লেখা ইণ্টাৰনেট চাৰ্ছ-ইঞ্জঠন (Search-engine) বঠলাকে বঙালী তালঠকাৰ অন্তৰ্ভুক্ত কৰা দেখা যায়৷
সুষম হৈছে ইউনঠক'ড পদ্ধতঠৰ বঠভঠন্ন লঠখন সঁজুলঠৰে লেখা অসমীয়া লেখাবঠলাকত থকা ওপৰোক্ত খেলঠ-মেলঠ বঠলাক আঁতৰাই অসমীয়া লেখাক এক সুষম আৰু সম্পূৰ্ণ অসমীয়া পৰ্য্যায়লৈ নঠব পৰা এটা অতঠকে সহজ সঁজুলঠ৷
আহক আমঠ অসমীয়া ইউনঠক'ড লেখাবোৰ বঙালী "র" মুক্ত কৰোঁ৷

How to install সুষম (XUXAM) APK for Android [menu]


Download সুষম (XUXAM) APK file (com.logicmaker.xuxam_1_294088.apk) from SameAPK.com, then follow these steps:

Update Phone Settings

  • Go to your phone Settings page
  • Tap Security or Applications (varies with device)
  • Check the Unknown Sources box
  • Confirm with OK

Go to Downloads

  • Open Downloads on your device by going to My Files or Files
  • Tap the APK file you downloaded (com.logicmaker.xuxam_1_294088.apk)
  • Tap Install when prompted, the APK file you downloaded will be installed on your device.

How to install সুষম (XUXAM) APK on Windows 7/8/10 or MAC PC? [menu]


Download সুষম (XUXAM) APK file(com.logicmaker.xuxam_1_294088.apk) from SameAPK.com to your PC (ex: /Users/xxx/Downloads/(com.logicmaker.xuxam_1_294088.apk)), then follow these steps:

Using Emulator:

  • Download And Install one Emulator Softwares (Ex: Bluestacks, GenyMotion, NoxPlayer)
  • Simple install APK on PC by drag and drop file com.logicmaker.xuxam_1_294088.apk on Emulator screen

সুষম (XUXAM) APK Pros & Cons [menu]


Pros
  • This app is safe, it's not require high risk permissions
  • Compatible with 32 bit device (most Emulator using 32bit arch CPU)
  • Compatible with 64-bit device (some android device and current Bluestacks)

Cons
Everything is good.


Similar applications [menu]


New Apps



Comments

No comment Yet.